Posts

Showing posts from June, 2022

ঝাৰখণ্ডৰ ৰাজ্যপাল হোৱা প্ৰথমগৰাকী মহিলা দ্ৰৌপদী মুৰ্মুৰ জীৱন আৰু কেৰিয়াৰ:--

Image
ঝাৰখণ্ডৰ ৰাজ্যপাল হোৱা প্ৰথমগৰাকী মহিলা দ্ৰৌপদী মুৰ্মুৰ জীৱন আৰু কেৰিয়াৰ:-- ঝাৰখণ্ডৰ ৰাজ্যপাল হোৱা প্ৰথমগৰাকী মহিলা দ্ৰৌপদী মুৰ্মুৱে এতিয়া দেশৰ সৰ্বোচ্চ সাংবিধানিক পদৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে পৰিগণিত হৈছে        দ্ৰৌপদী মুৰ্মুৰ জীৱন আৰু কেৰিয়াৰ:--    ৬৪ বছৰীয়া মুৰ্মুৰ জন্ম হৈছিল ওড়িশাৰ ময়ুৰভঞ্জ জিলাত সন্থাল জনগোষ্ঠীৰ এটা পৰিয়ালত ।ৰাজ্যখনৰ অন্যতম অনুন্নত অঞ্চলত বাস কৰা তেওঁৰ পৰিয়ালে দৰিদ্ৰতাৰ সৈতে যুঁজিছিল।  পৰিয়ালৰ কঠিন পৰিস্থিতিৰ মাজতো তেওঁ ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে  । পিছলৈ তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। জনজাতীয় পৰিয়ালৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ।ইয়াৰ পিছতে ওড়িশা ৰাজ্যিক সচিবালয়ৰ পৰা কাম আৰম্ভ কৰে দ্ৰৌপদী মুৰ্মুৱে। শ্যাম চৰণ মুৰ্মুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।উল্লেখযোগ্য যে যদি তেওঁ জয়ী হয় তেন্তে তেৱে আদিবাসী পৰিয়ালৰ ভাৰতৰ প্ৰথমগৰাকী ওড়িশাত জন্মগ্ৰহণ কৰা ৰাষ্ট্ৰপতি হ’ব।  তদুপৰি ওড়িশাৰ প্ৰথমগৰাকী মহিলা তথা জনজাতীয় নেত্ৰী যিয়ে এখন ৰাজ্যৰ গৱৰ্ণৰ ...